খেলৰ পৃথিৱী

আইচিচি টি২০ বিশ্বকাপৰ বাবে কিউইসকলৰ ভিতৰত আছে ফাৰ্গুচন, ব্ৰেচৱেল, এলেন

অহা মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ বাবে নিউজিলেণ্ডে দলত তিনিটা পৰিৱৰ্তন কৰিছে

Sentinel Digital Desk

অকলেণ্ডঃAUCKLAND নিউজিলেণ্ডে অহা মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া আইচিচি টি-২০ বিশ্বকাপৰ বাবে দলত তিনিটা পৰিৱৰ্তন কৰিছে যিদলটোৱে যোৱা বছৰ ইউএইত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰিছিল, কাইল জেমিচন, টড এষ্টল আৰু টিম চেইফাৰ্টৰ ঠাইত লকি ফাৰ্গুচন, মাইকেল ব্ৰেছৱেল আৰু ফিন এলেনক আনিছিল। আইএএনএছ