খেলৰ পৃথিৱী

লভলিনা, শিৱ, অংকুশিতা ভাৰতীয় দলত

Sentinel Digital Desk

গুৱাহাটীঃ আগন্তুক এছিয়ান চিনিয়ৰ পুৰুষ আৰু মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ তিনিগৰাকী বক্সাৰ- লভলীনা বৰগোহাঞি, অংকুশিতা বড়ো আৰু শিৱ থাপা। ৩০ অক্টোবৰৰ পৰা জৰ্ডানৰ আম্মানত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।