খেলৰ পৃথিৱী

মানচেষ্টাৰ(Manchester City) চিটিৰ চুক্তি মেনুৱেল আকাঞ্জী

২০১৮ চনত বেচেলৰ পৰা যোগদান কৰাৰ পিছত আকাঞ্জীয়ে বুণ্ডেছলিগাৰ ক্লাব ডৰ্টমুণ্ডৰ হৈ ১৫৮ খন খেলত অংশ লৈছে, ২০১৯ চনত জাৰ্মান ছুপাৰ কাপ আৰু ২০২০/২১ চনত জাৰ্মান কাপ জয় কৰিছে।

Sentinel Digital Desk

মানচেষ্টাৰ(,MANCHESTER) ১ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে মানচেষ্টাৰ চিটিয়ে বৰুছিয়া ডৰ্টমুণ্ডৰ পৰা ছুইজাৰলেণ্ডৰ ডিফেণ্ডাৰ মেনুৱেল আকাঞ্জীক ৫ বছৰৰ বাবে চুক্তিবদ্ধ কৰি ২০২৭ চনৰ গ্রীষ্মকাললৈকে ক্লাবটোত ৰাখিব৷ , ২০১৯ চনত জাৰ্মান ছুপাৰ কাপ আৰু ২০২০/২১ চনত জাৰ্মান কাপ জয় কৰিছিল।

২৭ বছৰীয়া চেণ্টাৰ বেকগৰাকীয়ে ছুইজাৰলেণ্ডৰ হৈ ৪১ খন খেল খেলিছে আৰু বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আইএএনএছ