খেলৰ পৃথিৱী

নেহৰু ষ্টেডিয়ামত 'এ' ডিভিজন লীগত নাৰেংগী স্পৰ্টছ ক্লাব জয়

Sentinel Digital Desk

গুৱাহাটীঃ নেহৰু ষ্টেডিয়ামত আজি জিবেশ্বৰ গোস্বামী 'এ' ডিভিজন ফুটবল লীগত নাৰেংগী স্প'ৰ্টছ ক্লাবে কামৰূপা এফ চিক ৩-২ গ'লত পৰাস্ত কৰে। নাৰেংগীৰ হৈ ৰোহন ছেত্ৰী আৰু চন্দন ব্ৰহ্মই (২) গ'ল দিয়াৰ বিপৰীতে কামৰূপৰ হৈ ৰনদীপ খাখলাৰী আৰু সুৰজ ৰাভাই গ'ল দিয়ে।