খেলৰ পৃথিৱী

মহিলা চেলেঞ্জাৰ ফাইনেল আজি এ চি এ( ACA )ষ্টেডিয়ামত

Sentinel Digital Desk

গুৱাহাটীঃ কাইলৈ বৰসপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব টি-২০ মহিলা চেলেঞ্জাৰছ ট্ৰফীৰ ফাইনেল। দুপৰীয়া ১২-৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ফাইনেলত সুবনশিৰি চেম্পছৰ মুখামুখি হ'ব দিগাৰু বিৰাংগনাছ।