খেলৰ পৃথিৱী

এম চি মেৰিকমৰ স্বৰ্ণ পদক অৰ্জন

Sentinel Digital Desk

পাঁচ বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী এম চি মেৰিকমে চমক সৃষ্টিৰে স্বৰ্ণ পদক জয় কৰিছে।পোলেণ্ডত অনুস্থিত হোৱা ১৩ সংখ্যক চেলিকিয়ান কাপ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে।চলিত বৰ্ষত মনিপুৰৰ তাৰকা বক্সাৰ গৰাকীয়ে তৃতীয়টো স্বৰ্ণ পদক জয় কৰিছে।৪৮ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি তাৰকা বক্সাৰ গৰাকীয়ে ফাইনেলত কাজাখ্ৰিষ্টানৰ এইগেৰিম কাচ্চানায়েভাক ৫-০ ব্যৱধানত পৰাস্ত কৰে।