বিবিধ

আজি ১৪ জুন, ২০২১ৰ খানাপাৰা তীৰ খেলৰ ফলাফল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। খানাপাৰা তীৰ খেলৰ ফলাফল ঘোষিত হৈছে। ফলাফলৰ বাবে আমাৰ ইয়াত চাওক।

Sentinel Digital Desk

খানাপাৰা, অসমৰ তীৰৰ ফলাফল ( লাইভ আপডেট)ঃ অসমৰ খানাপাৰাৰ তীৰ খেল হৈছে আন এক বৈধ আৰ্চাৰী নিৰ্ভৰ লটাৰী খেল। এই খেল অসম-মেঘালয় সীমান্তৰ খানাপাৰাত অনুষ্ঠিত হয়। এই খেল খাচী হিলচ আৰ্চাৰী স্পৰ্টছ এছোচিয়েচনে আয়োজন কৰে। এই সংস্থা ১২ টা অসমকেন্দ্ৰিক ক্লাবৰে গঠিত। এই খেলক অসমৰ তীৰ খেল বুলিও জনা যায়। খানাপাৰাৰ তীৰ খেলৰ ফলাফল দুটা ৰাউণ্ডত ক্ৰমে বিয়লু ৩-৪৫ বজাত আৰু দ্বিতীয়টো ৰাউণ্ড ৪-৩০ বজাত ঘোষণা কৰা হয়। .এই তীৰপ খেলৰ ফলাফল  https://www.meghalayateer.com-ত পোৱা যায়। 

ইয়াত খানাপাৰা তীৰ খেলৰ ফলাফল প্ৰকাশ কৰা হৈছেঃ  

তাৰিখ 
প্ৰথম ৰাউণ্ড (৩:বজাত)
দ্বিতীয় ৰাউণ্ড (৩-৪৫ বজাত)
১৪ জুন, ২০২১
অফ
অফ
১২ জুন, ২০২১
অফ
অফ
১১জুন, ২০২১
অফ
অফ
১০ জুন, ২০২১
অফ
OFF
০৯জুন, ২০২১অফ
OFF
০৮ জুন, ২০২১OFF
OFF
০৭জুন, ২০২১OFF
OFF
০৫ জুন,  ২০২১
OFF
OFF
০৪ জুন, ২০২১
OFF
OFF
০৩ জুন, ২০২১OFF
OFF
০২ জুন, ২০২১
OFF
OFF
০১ জুন, ২০২১
OFF
OFF

দেওবাৰক বাদ সপ্তাহৰ গোটেই দিনবোৰত খানাপাৰাৰ তীৰ কেল খেলা হয়।  এই তীৰ খেল সহজ।  খেলুৱৈয়ে লক্ষ্যত আঘাত কৰা সম্পূৰ্ণ নম্বৰৰ শেষৰ দুটা নম্বৰ বাচিব লাগে।  উদাহৰণস্বৰূপে ১, ৩২৯ সংখ্যাটো ধৰা হওক। এই সংখ্যাৰ কাঁড়ে যদি লক্ষ্যত আঘাত কৰে, তেন্তে  যিজন খেলুৱৈয়ে ২৯ সংখ্যাটো বাছিব, তেওঁ জয়ী হব। সেয়ে এই খেল আৰ্চাৰী খেলতকৈ সহজ। 

খানাপাৰা তীৰ খেলৰ ইতিহাস

১৯৮০ৰ দশকলৈকে খানাপাৰা তীৰ খেলক আইনী স্বীকৃতি দিয়া নহৈছিল। কিন্তু ১৯৮২ত ৰাজ্য চৰকাৰে আয়ৰ ভাল উত্স হিচাপে ইয়াক আইনী বৈধতা দিয়ে। এই খেলত টিকট অবিহনে প্ৰৱেশৰ সুবিধা আছে। এই তীৰ খেল দেশৰ আন লটাৰী খেলৰ পৰা পৃথক। .

খানাপাৰা তীৰ খেলৰ টিকট বিক্ৰীৰ সময়ঃ 

২০১৮ৰ ২৭ ছেপ্টেম্বৰত এই তীৰ খেল আৰু ইয়াৰ টিকট বিক্ৰীৰ নিয়মাৱলী  অধিক বান্ধি দিয়া হয় । অসম বিধানসভাই এই খেল আৰু ইয়াৰ টিকট বিক্ৰীৰ নিয়মাৱলী বান্ধি বিধেয়ক গৃহীত কৰে।    খানাপাৰাৰ বহু তীৰ খেলৰ কাউণ্টাৰ বৈধ আৰু এইসমূহত দেওবাৰক বাদ দি আন বাৰবোৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৩-৩০ বজালৈ তীৰ খেলৰ টিকট বিক্ৰী কৰা হয়। 

তীৰ খেলৰ নিয়মাৱলীসমূহঃ 

লক্ষ্যস্থানত আঘাত কৰাৰ বাবে লোৱা কাঁড়ৰ সংখ্যা ৩০ডালতকৈ কম আৰু ৫০তকৈ অদিক হব নালাগিব। প্ৰতিটো ৰাউণ্ডত ৫০ জন ধনুৰ্বিদে কাঁড় মাৰে। তেওঁলোকে ৩০০তকৈ কম নহয়, কিন্তু ১০০০ তকৈ অধিক কাঁড় নামাৰে।  উদাহৰণস্বৰূপে যদি ৭৫০ ডাল কাঁডে় লক্ষ্যত আঘাত কৰে, তেন্তে  স্কোৰ ৫০ হব।