ব্ৰেকিং নিউজ

আজি পাঁচ বজাত কোকৰাঝাৰ পাব দিল্লীৰ পৰা অহা বিশেষ ৰেল

Sentinel Digital Desk

আজি পাঁচ বজাত কোকৰাঝাৰ পাব দিল্লীৰ পৰা অহা বিশেষ ৰেল

আজি সন্ধিয়া পাঁচ বজাত কোকৰাঝাৰ আহি পাবহি দিল্লীৰ পৰি অহা বিশেষ ৰেলখন ৷ ডিব্ৰগড় অভিমুখী এই বিশেষ ৰেলত কোকৰাঝাৰত নামিবলগা কে'বাজনো যাত্ৰী আছে ৷ তদুপৰি গুৱাহাটীত ৩৭জন যাত্ৰীয়ে নামিম। আনহাতে, আন এখন ৰেলে দিল্লীৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ যাত্ৰা কৰিছে ৷ কালি দুয়োখন ৰেলৰ যাত্ৰা আৰম্ভ হয় ৷