ব্ৰেকিং নিউজ

কাৰাগাৰলৈ প্ৰেৰণ দেৱাশিসক

Sentinel Digital Desk

১৯ জুলাইত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা দেৱাশিস খাৰঘৰীয়াক আজি আদালতে ১৪দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।শিৱসাগৰ জিলাৰ কাৰাগাৰৰ আলহী হ'ল কুলাংগ দেৱাশিসক।নিজ পিতৃ-মাতৃক অৱহেলা কৰি মৃত্যু মুখত ঠেলি দিয়া পুত্ৰ বৰ্তমান ৰঙা ঘৰৰ আলহী।কিন্তু এই পৰ্য্যন্তলৈ দেৱাশিসৰ পত্নী পলাতক অৱস্থাত আছে।