ব্ৰেকিং নিউজ

গোৱালপাৰাত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস

Sentinel Digital Desk

গোৱালপাৰাত চিনেমাৰ কায়দাৰে এজন লোকৰ পৰা লুটি নিলে ৪০ হাজাৰ টকা।জানিব পৰা মতে ধৃত ব্যক্তিজন ইৰানী গ্ৰুপৰ সদস্য বুলি সন্দেহ। লোকজনে বেংকৰ পৰা টকাখিনি উলিয়াই অনাৰ সময়তে লুটি নিলে দুৰ্বৃত্তই। সাগৰ যাদৱ নামৰ এটা দুৰ্বৃত্তক আটক কৰা হয়।কিন্তু দলটোৰ আন তিনিজন সদস্য বৰ্তমান পলাটক।