ব্ৰেকিং নিউজ

দুদিনকৈ বেংক বন্ধ

Sentinel Digital Desk

দুদিনীয়াকৈ বেংক বন্ধ গুৱাহাটীৰ লগতে উত্তৰ-পূৱত। ইউনাইটেড ফৰাম বেংক ইউনিয়নে দৰমহা বৃদ্ধি কৰাৰ দাবীত বেংক সংস্থাই দুদিনকৈ বেংক বন্ধ ৰাখি প্ৰতিবাদ সাৱ্যস্ত কৰিছে।