ব্ৰেকিং নিউজ

নৰেন্দ্ৰ মোডীক সমালোচনা প্ৰাক্তন বিধায়ক ভূপেন বৰাৰ

Sentinel Digital Desk

তেজপুৰ ৰাজীৱ ভৱনত অনুস্থিত এক সংবাদ মেলত বৰাই কয় যে অলপতে, ৩৬ খন বিমান ক্ৰয়ৰ বাবে ফ্ৰাঞ্চৰ সৈতে কৰা চুক্তিৰ জৰিয়তে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে প্ৰধান মন্ৰী নৰেন্ৰদ মোডীয়ে ৷ তেজপুৰ ৰাজিৱ ভৱনত অনুস্থিত সংবাদ মেলত জিলা কংগ্ৰেচৰ সভাপতি ভীমানন্দ তাতীৰ লগতে যুৱ কংগ্ৰেচ হিৰন্য ভূঞাৰ উপস্থিত বৰাই কয় যে প্ৰতিৰক্ষা আইন ৱৃনীতি নিয়ম উলংঘা কৰি পিৰধানমন্ৰী য়ে ৰিলায়েন্স কোম্পানীক ততাতৈয়াকৈ ৰাফেল ক্ৰয় কৰাৰ বাবে দ্বায়িত্ব অৰ্পন কৰাটো সন্দেহৰ আবৰ্তত ৷ ৰিলায়েন্স ডিফেন্স নামৰ কোম্পানি টো মাত্ৰ ১২ দিন ৰ আগতে গঠিত কিন্ত পূৰ্বৰে পৰা প্ৰতিৰক্ষাৰ সকলো সামগ্ৰী ক্ৰয় কৰা হয় হিন্দুস্থান এৰ'নেটিক প্ৰতিস্থানটোক পৰিকল্পিতভাবে বঞ্চিত কৰি মোডীয়ে ৰিলায়্ন্সৰ প্ৰতি থকা সদভাৱ প্ৰদৰ্শন কৰিলে বুলি সমবাদ মেলত দাবী কৰে ৷