ব্ৰেকিং নিউজ

পুৱাই ভূমিকম্পৰ তীব্ৰ জোকাৰণি

Sentinel Digital Desk

আজি পুৱা প্ৰায় স্থানীয় সময় অনুসৰি ১০ বাজি ২০মিনিটত এক ভূমিকম্পৰ জোকাৰণিয়ে সমগ্ৰ ৰাজ্য খন কপাই তোলে।ৰিখটাৰ স্কেল ৫.৪ প্ৰাবল্যৰ জোকাৰণি অনুভূত হয়।ভূমিকম্পৰ অভিকেন্দ্ৰ কোকৰাঝাৰ জিলাৰ পৰা ১০ কিল'মিটাৰ নিলগত ভূটানত সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।এই পৰ্য্যন্ত কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।