ব্ৰেকিং নিউজ

প্ৰাক্তন মেয়ৰ আৱিৰ পাত্ৰ দেহৱসান

Sentinel Digital Desk

গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ আৱিৰ পাত্ৰৰ গুৱাহাটীৰ কোনো এখন হাস্পতালত মৃত্যু হয়।জানিব পৰা মতে তেওঁ কেইবাদিন ধৰি অসুস্থতাত ভুগি আছিল।২০১৩-২০১৬চনলৈ তেওঁ গুৱাহাটীৰ মেয়ৰ হিচাপে কৰ্মৰত আছিল।