ব্ৰেকিং নিউজ

মৰিগাঁও উদৰি বিলত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ

Sentinel Digital Desk

পুনৰ মৰিগাঁওৰ সোনাইত উদ্ধাৰ অচিনাক্ত মৃতদেহ ।এইবাৰ উদৰি বিলত উদ্ধাৰ হল এটা অচিনাক্ত মৃতদেহ । কৰবাৰ পৰা সোঁতত উটি আহি চিকাবড়ী ঘাটত লাগিছিল মৃতদেহ । মৃতদেহটো এজন মাছুৱৈ জালৰ কাষলৈ যোৱাত বিলৰ গড়াত ৰখাই থয় মাছুৱৈ জনে । তাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে । নীলা জিনচ্ আৰু হালধীয়া টি চাৰ্ট পিন্ধা অৱস্থাতত পোৱা গৈছে মৃতদেহ টো মৃতদেহটো । প্ৰায় ৩০ পৰা ৩৫ বছৰৰ মৃত যুৱক জনৰ পৰিচয় পোৱা নাই এতিয়ালৈ।