ব্ৰেকিং নিউজ

হাইলাকান্দিৰ বলাত্‍কাৰ আৰু হত্যাৰ গোচৰত অভিযুক্তক ফাঁচিৰ ৰায়

Sentinel Digital Desk

হাইলাকান্দিৰ বলাত্‍কাৰ আৰু হত্যাৰ গোচৰত অভিযুক্ত জছিম উদ্দিন বৰভূঞাৰ শাস্তি ঘোষণা হাইলাকান্দি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ।

১৪ মাৰ্চত বেতচেড়া গাঁৱত এগৰাকী ১৩ বছৰীয়া নাবালিকাক বলাত্‍কাৰ কৰি হত্যা কৰিছিল জছিম উদ্দিনে।

১ অক্টোবৰত আদালতে দোষী সাব্যস্ত কৰিছিল জছিম উদ্দিনক ।আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দানক সকলো পক্ষই আদৰণী জনাইছে।