ব্ৰেকিং নিউজ

১০ অক্টোবৰলৈ বৃদ্ধি নাপায় চিটি বাছৰ ভাড়া

Sentinel Digital Desk

৩ অক্টোবৰৰ পৰা ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লৈছিল বাছ মালিক সন্থাই।কিন্তু এই নিয়ম সলনি হ'ল ।মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰে বাছ মালিক সন্থাই। ১০ অক্টোবৰলৈ বৃদ্ধি নাপায় চিটী বাছৰ ভাৰা। চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ কোনো সিদ্ধান্ত গ্ৰহন কৰা হ'ব বাছ মালিক সন্থাৰ ।