মনোৰঞ্জন

“PETA”ৰ পৰা বটাঁ পাব জুবিনে

Sentinel Digital Desk

জুবিনক প্ৰদান কৰা হ'ব "পেতা"ৰ পৰা বটাঁ।জীৱ-জন্তুৰ বলিবিধানৰ বিৰুদ্ধে জুবিন গাৰ্গে মাত দিয়াৰ বাবে এই বটাঁ প্ৰদান কৰিব পেতাৰ সহযোগী সদস্য শচীন বাংগেৰাই।