মনোৰঞ্জন

মালদ্বীপত জেট স্কিয়িং কৰিলে চাৰা আলী খানে

Sentinel Digital Desk

চাৰা আলী খানে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ লৈছিল য'ত তেওঁক বন্ধুবৰ্গৰ সৈতে জেট স্কিইং কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান মালদ্বীপ ভ্ৰমনত আহিছে ।

চাৰাই তেওঁৰ আজৰি সময় আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰে । চাৰাক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোত সম্পূৰ্ণ উৎসাহেৰে সাগৰত জেট স্কিইং কৰা দেখা গৈছে। ছাৰাই তেওঁৰ বন্ধুবৰ্গৰ সৈতে দৌৰি থকা দেখা গৈছে। তেওঁ ভিডিঅ'টোৰ শেষত এখন ফটোও শ্বেয়াৰ কৰিছিল য'ত ছাৰাক সাগৰত জেটত আৰাম কৰা দেখা গৈছিল।