মনোৰঞ্জন

YAA বটাঁ বিতৰনী অনষ্ঠানত মেঘৰঞ্জনী মেধী

Sentinel Digital Desk

অভিনেত্ৰী মেঘৰঞ্জনী মেধী ডালমিয়া চিমেণ্টৰ য়ং এচিভাৰ এৱাৰ্ড পাবলৈ সক্ষম হয়।এই বটাঁ ডালমিয়া চিমেণ্টৰ মাৰ্কেটিংৰ প্ৰধান সুনীল আগৰৱালে প্ৰদান কৰে।