মনোৰঞ্জন

স্কাৰ্ট-চাটিন টপত বিশেষ ভংগীমাত জেনেলিয়া দেশমুখ

Sentinel Digital Desk


সুন্দৰী জেনেলিয়া দেশমুখে এক বিশেষ ভংগীমাত সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভুমুকী মাৰিছে ৷ এযোৰ ধুনীয়া সাজ পিন্ধি ইনষ্টাগ্ৰামত নিজৰ ফটো আপলোড কৰিছে চেলিব্ৰিটিগৰাকীয়ে। ক্ৰপ টপৰ সৈতে তেওঁ এটা ধুনীয়া গ্ৰাফিক প্ৰিণ্টেড স্কাৰ্ট পৰিধান কৰে ৷

জেনেলিয়াই পৰিধান কৰা স্কাৰ্ট জেনেলিয়া আৰু ৰিতেশৰ ইমাজিন মিটছ কোম্পানীৰ ডিজাইন ।