পৰম্পৰা তথা দেশী সাজ পৰিধিত ৰূপত এইবাৰ আদিতি ৰাও হায়দাৰী।বলীউদৰ ষ্টাইলিষ্ট অভিনেত্ৰীৰ ভিতৰত আধিতিৰ নাম উল্লেখনীয়। আদিতিৰ পৰম্পৰাগত সাজযোৰ তাই পিন্ধা কানফুলি(ঝুমকা) যোৰৰ অবিহনে আধৰুৱা।
২০১৮ চিমা বটাঁ বিতৰনী অনুষ্ঠানত,চেলিব্ৰেটী ষ্টাইলিষ্ট চানাম ৰতনশীৰ দলৰ ৰাহুল মিশ্ৰাই ডিজাইন কৰা ব্লেক ড্ৰেচ তথা কলা ৰঙৰ কাপোৰ/গাউন পৰিধান কৰিলে আদিতিয়ে। অফ-চলদাৰ লগতে থিগ-হাই-শ্লিট গাউন পৰিধান কৰি ৰঙা কাৰ্পেটত ভৰি থৈছিল আদিতি ৰাও হায়দাৰীয়ে।
Aditi Rao Hydari
গাউনটোত অতি সুন্দৰ ভাৱে এম্ব্ৰদাৰীৰ কাম কৰা হৈছে। আদিতিৰ কানত আৰু হাতৰ আঙুলিত পৰিধিত ক্ৰমে ঝুমকা আৰু আঙুঠিৰ ডিজাইন কৰিছে সংগীতা বুশ্ৰা।কলা ৰঙৰ হিল চেন্দেল পৰিধিতই আদিতিক সম্পূৰ্ন আধুনিক সুন্দৰ ৰূপ এটি ফুটাই তুলিছে।