মনোৰঞ্জন

আলিয়া ভট্টৰ মন্তব্য

Sentinel Digital Desk

ছয় বছৰৰ দীঘলীয়া যাত্ৰাত মোহময়ী অভিনেত্ৰী আলিয়াই ভিন্ন ধৰনৰ চৰিত্ৰৰ লগত খাপ খাব পাৰিছে লগতে বহু ভাল ভাল ছবিও দৰ্শক সকললৈ প্ৰেৰণ কৰিছে।উদাহৰন হিচাপে কিছুদিন পূৰ্বে মুক্তি পোৱা "ৰাজী" ছবি খনত আলিয়াৰ যিটো চৰিত্ৰ আছিল সেইটো অতি প্ৰত্যাহ্বানমূলক চৰিত্ৰ।সেয়ে আলিয়াই নিজকে বহুত বেছি জনা নাইবা নজনা অৰ্থাৎ আলিয়াই নিজে যেনেকুৱা হয় তেনেকৈয়ে ভাবে।