মনোৰঞ্জন

ঐশ্বৰিয়া ৰায় বচ্চন আৰু পুত্ৰী আৰাধ্যাৰ ডিজনীলেণ্ডত

Sentinel Digital Desk

সমূহ বচ্চন পৰিয়াল বিদেশলৈ ফুৰিবলৈ গৈছে। অভিষেক বচ্চন,অমিতাভ বচ্চন,আৰু শ্বোৱেটা বচ্চন ফিফা বিশ্বকাপৰ আনন্দ লবলৈ ৰাচিয়ালৈ গৈছে,আনহাতে ঐশ্বৰিয়া আৰু পুত্ৰী আৰাধ্যা ফুৰিবলৈ গৈছে পেৰিচ ডিজনীলেণ্ডলৈ।