মনোৰঞ্জন

কিদৰে ৰনবীৰে দিপীকাক দিছিল প্ৰেমৰ প্ৰস্তাৱ;ফটো

Sentinel Digital Desk

অতি শীঘ্ৰে বিবাহ পাশত আৱদ্ধ হ'ব দিপীকা-ৰনবীৰ । বিবাহ কাৰ্য্য সম্পন্ন হ'ব অহা নৱেম্বৰৰ মাহৰ ১৪-১৫ তাৰিখে ইটালীত । বিবাহ অনুষ্ঠিত হ'ব ইটালীৰ লেক কমোত । বিবাহৰ ভিন্ন কাৰ্য্যসমূহ অতি সুন্দৰকৈ অনুষ্ঠিত হ'ব,প্ৰথমে হ'ব সংগীত,কান্নাডিগা আৰু সিন্ধী ষ্টাইলত দুটা নিয়মত বিবাহ অনুষ্ঠিত হ'ব তাৰ পিছত হ'ব অভ্যৰ্থনা অনুষ্ঠান ।

এই তাৰকা দুগৰাকীৰ বিবাহৰ পূৰ্বে ৰনবীৰে বহু কেইবাৰ দিপীকাক দিছিল বিবাহ তথা ভালপোৱাৰ প্ৰস্তাৱ । তলত ফটো প্ৰকাশ কৰা হ'ল…………………

আইআইএফএৰ মঞ্চত ২০১৫

ষ্টাৰ গ্লিড এৱাৰ্ড ২০১৪

ৰঙা গোলাপ লৈ প্ৰস্তাৱ

বাজীৰাও মাস্তানী ছবি খনৰ প্ৰমোচনৰ সময়ৰ "স্বৰাগিনী" ধাৰাবাহিক শ্বুট্যিং স্থলীত