মনোৰঞ্জন

জি কিউ বটাঁ অনুষ্ঠানত শ্ৰেষ্ঠ সাজ পৰিধান কৰিলে বলীউদৰ এই সকল তাৰকাই,ফটো

Sentinel Digital Desk

যোৱা নিশা অনুষ্ঠিত হৈ যোৱা 'জি কিউ মেন অৱ দ্যা য়েৰ এৱাৰ্ড২০১৮' অনুষ্ঠানত বলীউদৰ বিভিন্ন তাৰকা সকল যেনে ,দিপীকা পাদুকন,ৰনবীৰ সিং,চিত্ৰংগনা সিং,শ্বেইফ আলী খান,কৰন জহৰ,ৰাধিকা আপটে,নৱাজুদ্দিন ছিদ্দিকি আদি বহুতো তাৰকা উপস্থিত থাকে । তাৰকা সকলে পৰিধান কৰিছিল বিভিন্ন ষ্টাইলৰ মনক্ৰম,প্লেইড প্লেটাৰ্ছ সাজ-পাৰ,তলত কিছুমান সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল,,,,,,