মনোৰঞ্জন

"ট্ৰেভেল জুংকী" শ্ৰিয়া চাৰনৰ জন্মদিন,বাৰ্থ ডে' গাৰ্লৰ কিছু ফটো

Sentinel Digital Desk

তামিল অভিনেত্ৰী শ্ৰিয়া চাৰনৰ ওপজা দিন।প্ৰায় ৫০খন মান তেলেগু আৰু তামিল ছবিত অভিনয় কৰা শ্ৰিয়া কিছু ট্ৰেভেল অৰ্থাৎ দূৰনি ঠাইলৈ ভ্ৰমন কৰা কিছু ফটো প্ৰকাশ কৰা হৈছে।হয়,শ্ৰিয়াই বিভিন্ন ছবি অভিনয় কৰাৰ লগতে বিভিন্ন ঠাই ভ্ৰমন কৰি ভাল পায়।তাৰে কিছু সুন্দৰ ফটো তলত দিয়া হ'ল………

এই সুন্দৰ তামিল-তেলেগু অভিনেত্ৰী গৰাকীলৈ জন্মদিনৰ অশেষ শুভেচ্ছা থাকিল।