মনোৰঞ্জন

তেলেগু ছবি জগতৰ ষ্টাইলিছ ষ্টাৰ আলু অৰ্জুনক দেখা যাব বলীউদৰ ৰনবীৰ সিংৰ সৈতে

Sentinel Digital Desk

তেলেগু ছবি জগতৰ ষ্টাইলিছ ষ্টাৰ আলু অৰ্জুনক দেখা যাব বলীউদ অভিনেতা ৰনবীৰ সিংৰ সৈতে নতুনকৈ আহিবলগীয়া এখন ছবিত।

তেলেগু ছবি জগতত জনপ্ৰিয় ছবি যেনে; ডিজে,চৰিন্দু,য়াবেদু আদিত অভিনয় কৰা আলু অৰ্জুনে ভুমকি মাৰিব বলীউদত।

"এক থা টাইগাৰ" আৰু "বজৰংগী ভাইজানৰ" নিৰ্দেশক কবীৰ খানৰ ছবি আলু আৰু ৰনবীৰ অভিনীত ছবি খনৰ নাম হ'ব "83"।ছবি খন ৱৰ্ল্ড কাপ ক্ৰিকেটৰ সময়ৰ ওপৰত আধাৰিত হ'ব।ছবি খনত ৰনবীৰে কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিব।জানিব পোৱা মতে,নৱাজদ্দুনি ছিদ্দিকিয়ে ৰনবীৰৰ খেলৰ প্ৰশিক্ষক হিচাপে অভিনয় কৰিব।