মনোৰঞ্জন

দিপাৱলী ২০১৮: অনুষ্কা-বিৰাট,ৰনবীৰ-আলিয়া আদিয়ে পালন কৰিব প্ৰথম বাৰৰ বাবে একেলগে দিপাৱলী,ফটো

Sentinel Digital Desk

আজি গধূলি দিপাৱলীৰ সুন্দৰ আয়োজন সমগ্ৰ দেশতে দেখা পোৱা যাব ।দিপাৱলীয়ে হওক নাইবা অন্য যিকোনো উৎসৱ,নিজৰ পৰিয়ালৰ অবিহনে আধৰুৱা । কোনোবা এনেকুৱা লোকো আছে যিয়ে প্ৰথম বাৰৰ বাবে নিজৰ প্ৰেমিক-প্ৰেমিকা,স্বামী নাইবা পত্নীৰ সৈতে পালন কৰে দিপাৱলী । ঠিক তেনেদৰে তলত উল্লেখ কৰা বলীউডৰ এই ৫ দম্পত্তীয়ে প্ৰথম বাৰৰ বাবে একেলগে পালন কৰিব দিপাৱলী । তলত ফটো প্ৰকাশ কৰা হ'ল………

নেহা ধুপীয়া-অংগদ বেদী

চৌনম কাপুৰ আহুজা-আনন্দ আহুজা

আলিয়া ভট্ট-ৰনবীৰ কাপুৰ