মনোৰঞ্জন

দিপীকা-ৰনবীৰৰ বিবাহৰ পূৰ্বে হোৱা পৰম্পৰা নিয়ম সমূহ আৰম্ভ,ফটো

Sentinel Digital Desk

দিপীকা পাদুকন আৰু ৰনবীৰ সিংৰ বিয়াৰ সময়ত অতি কাষ চাপিছেহি । দুয়ো গৰাকী তাৰকাই ১৪-১৫ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হ'ব । তেওঁলোকৰ বিয়াৰ বিভিন্ন নিয়ম সমূহ ইতিমধ্যে আৰম্ভ হৈছে । দিপীকা পাডুকনৰ ঘৰত বিয়াৰ পূৰ্বে হোৱা নন্দী পূজাৰ ফটো আহিল সন্মুখলৈ । ফটো খনত দেখা পোৱা অনুসৰি দিপীকাই পৰিধান কৰিছে কমলা ৰঙৰ সাজ ।

বিয়াৰ ঠিক ১০ দিন পূৰ্বে এই পূজাৰ পালন কৰা হয় । দিপীকাৰ বাংগালোৰত থকা ঘৰত এই পূজা সম্পন্ন কৰা হয় ।পূজাৰ বাবে দিপীকাৰ মাকে কিছুদিন আগৰে পৰা তৈয়াৰী কৰিছে । তলত ফটো প্ৰকাশ কৰা হ'ল……………

https://www.instagram.com/p/Bpqxqh8Hpbg/?utm_source=ig_embed

https://www.instagram.com/p/BpqynOlFoZO/?utm_source=ig_embed

https://www.instagram.com/p/BpMRx9CBO1S/?utm_source=ig_embed