মনোৰঞ্জন

নিয়া শৰ্মাৰ জন্মদিনৰ কিছু সুন্দৰ মূহৰ্ত্ত

Sentinel Digital Desk

টেলী টাউনৰ বৰ্তমানৰ কালাৰ্ছ চেনেলত সম্প্ৰসাৰিত হৈ থকা ধাৰাবাহিক 'ইষ্ক মে মৰজাৱা'ৰ অভিনেত্ৰী নিয়া শৰ্মাৰ আজি ২৮সংখ্যক জন্মদিন। 'এক হাজাৰো মে মেৰী বেহনা হে",'জামাই ৰাজা','খাটৰো কে খিলাড়ী' আদিত দেখা পোৱা নিয়া বৰ্তমান টেলী জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী।এই সুন্দৰী গৰাকীয়ে জন্মদিন পালন বন্ধ বৰ্গৰ সৈতে পালন কৰা জন্মদিনৰ কিছু সুন্দৰ মূহৰ্ত্তৰ ফটো তলত প্ৰকাশ কৰা হ'ল……………