বি-টাউনৰ জনপ্ৰিয় দম্পত্তী নেহা ধুপীয়া আৰু অংগেদ বেদীয়ে কিছুদিন পূৰ্বে আনুষ্ঠানিক ভাৱে ঘোষনা কৰিছিল তেওঁলোকৰ আহিবলগা সন্তানটিৰ কথা। সমূহ চ'চিয়েল মিডিয়াত এই বাতৰি প্ৰচাৰ হোৱাৰ পিছত বি-টাউনৰ তাৰকা সকলে জনাইছিল শুভেচ্ছা । নেহা আৰু অংগদক দেখা গৈছে অলপতে এক সুন্দৰ ভাৱে পৰিধান কৰা সাজত । নেহাই বগা ৰঙৰ গাউন পৰিধান কৰিছে আৰু মূৰত পিন্ধিছে ফুলৰে সজ্জিত ক্ৰাউন আৰু অংগদে পৰিধান কৰিছে ক্লাছি ব্লেজাৰ আৰু ট্ৰাউজাৰ । তলত কেইখন মান সুন্দৰ ফটো প্ৰজাশ কৰা হ'ল,,,,,,,,,