মনোৰঞ্জন

প্ৰিয়ংকা আৰু নিক জনচে উপস্থিত আছিল ইশা আম্বানি আৰু আনন্দ আম্বানিৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত;ফটো……………

Sentinel Digital Desk

জনপ্ৰিয় তথা বৰ্তমান অতি চৰ্চিত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনচক পুনৰ একেলগে দেখা পোৱা গল ইটালীত।ইটালীত অনুষ্ঠিত হোৱা ঈশা আম্বানী আৰু আনন্দ আম্বানীৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত অংশগ্ৰহন কৰে এই দুগৰাকী তাৰকাই। পৰম্পৰাগত পোছাক পৰিধান কৰা প্ৰিয়ংকা আৰু নিকক অতি সুন্দৰ দেখা হৈছে।

প্ৰিয়ংকাই পৰিধান কৰিছে নেটেড বেইজ শাৰী

নিক জনচৰ পৰিধান কৰিছে ভাৰতীয় পৰম্পৰা সাজ তথা মনিষ মলহোত্ৰাই ডিজাইন কৰা কলা ৰঙৰ পোছাক