মনোৰঞ্জন

প্ৰিয়ংকাৰ ফেদেৰী তথা পাখিৰে ডিজাইন কৰা সাজত; ফটো

Sentinel Digital Desk

দিপীকা-ৰনবীৰৰ পিছে পিছে বিবাহ পাশত আৱদ্ধ হ'ব গৈ আছে প্ৰিয়ংকা চোপ্ৰা ।যোৱা নিশা নিজৰ বান্ধৱীৰ সৈতে পাৰ্টী কৰিলে প্ৰিয়ংকাই ।অভিনেত্ৰী গৰাকীয়ে পাৰ্টীৰ বাবে সাজু হোৱা ইনষ্টাৰ জৰিয়তে প্ৰকাশ কৰিছে কেইখন মান ফটো ।

প্ৰিয়ংকাই পৰিধান কৰিছে মিমি কিউট্ৰেলৰ ষ্টাইলত বগা ৰঙৰ ফেডেৰী মাৰ্চেচা গাউনৰ সৈতে হীৰাৰ জুৱেলেৰী আৰু নিউড পামশ্বু। তলত ফটো প্ৰকাশ কৰা হ'ল………………

https://www.instagram.com/p/Bpf3jawAUNR/?utm_source=ig_embed

https://www.instagram.com/p/BpfyqkMgfVO/?utm_source=ig_embed

https://www.instagram.com/p/BpflRoFguf6/?utm_source=ig_embed

https://www.instagram.com/p/Bpfz85zgtFg/?utm_source=ig_embed