মনোৰঞ্জন

বিবাহ পাশত আৱদ্ধ হ'ব সুমিত ভিয়াশ আৰু একতা কৌল

Sentinel Digital Desk

জনপ্ৰিয় অভিনেতা সুমিত ভিয়াশ আৰু সুমিতৰ লগত বহুদিন ধৰি সম্পৰ্কত থকা একতা কৌলৰ সৈতে আৰম্ভ কৰিব জীৱনৰ এক নতুন যাত্ৰা। একতাৰ গৃহভূমি জম্মুত ফেৰীটাইল ষ্টাইলেৰে বিবাহ পাশত আৱদ্ধ হ'ব এই দুয়ো গৰাকী তাৰকা।অনুষ্ঠিত হৈ যোৱা তেওঁলোকৰ সংগীতৰ ফটো তলত প্ৰকাশ কৰা হ'ল……………