'ভগ' মেগাজিন তথা আলোচনীৰ কভাৰ পেজত এইবাৰ ৰনবীৰ সিঙ আৰু পতুৰ্গীজ মডেল চাৰা চাম্পায়ক দেখা পোৱা গৈছে । দুয়োকে অতি সুন্দৰ লাগিছে,নীলা ৰঙৰ ফ্লৰেল প্ৰিণ্টৰ কাপোৰ পৰিধান কৰিছে ।ৰনবীৰে পিন্ধিছে নীলা ৰঙৰ জেকেট আৰু ধূটী পেণ্ট আৰু চাৰাই পৰিধান কৰিছে নীলা ৰঙৰ ফ্লৰেল স্কাৰ্ট,বাস্তায়াৰ আৰু জেকেট । দুয়ো গৰাকীৰ সুন্দৰ ফটো তলত প্ৰকাশ কৰা হ'ল,,,,
https://www.instagram.com/p/Boib6E7hI4Y/?taken-by=ranveersingh
https://www.instagram.com/p/BohdPDGn20Z/?taken-by=anaitashroffadajania