মনোৰঞ্জন

মনিকৰ্নিকাৰ টিচাৰ মুক্তিৰ পিছতে কংগনাৰ সুখৰ মূহৰ্ত,ভিডিঅ' আৰু ফটো উপভোগ কৰক

Sentinel Digital Desk

বলীউদৰ অন্যতম অভিনেত্ৰী কংগনা ৰানাউটৰ আহিবলগীয়া নতুন ছবি লগতে নিৰ্দেশক কৃষ জগৰলামুদীৰ ছবি মনিকৰ্নিকাৰ টিচাৰ যোৱাকালি ২ অক্টোবৰ তাৰিখ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা মুক্তি পায় । ছবি খনৰ টিচাৰ মুক্তিৰ ২৪ঘণ্টাৰ ভিতৰতে তেওঁৰ অনুৰাগী তথা দৰ্শক সকলে অতি সুন্দৰকৈ আকোৱালি লৈছে আৰু সেয়ে কংগনাই অত্যন্ত সুখী অনুভৱ কৰি চলচিত্ৰ খনৰ আন অভিনেত্ৰী যেনে,অংকিতা লোখন্দে,উন্নতি দাৱেৰাৰ সৈতে মুম্বাইস্থিত কাৰ্যালয়ত নিজৰ ইচ্ছানুসৰি উলাহতে নৃত্য কৰা পোষ্ট এটি ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে ।

https://www.instagram.com/p/BocBlgchEct/?hl=en&taken-by=team_kangana_ranaut

https://www.instagram.com/p/BobqFMSBaQY/?hl=en&taken-by=team_kangana_ranaut

https://www.instagram.com/p/Bob_vbABkq9/?hl=en&taken-by=team_kangana_ranaut