মনোৰঞ্জন

শ্বাহৰুখ খান আৰু গৌৰীৰ ২৭সংখ্যক বিবাহ বাৰ্ষিক,বৈবাহিক জীৱনৰ কেইখনমান সুন্দৰ ফটো

Sentinel Digital Desk

সম্পূৰ্ন হ'ল ২৭বছৰীয়া বৈবাহিক জীৱন বলীউডৰ কিংখান শ্বাহৰুখ আৰু গৌৰীৰ । বলীউড জগতৰ দম্পত্তী সমূহৰ ভিতৰত শ্বাহৰুখ-গৌৰী অন্যতম ।১৯৯১চনত বিবাহ পাশত আৱদ্ধ হোৱা বৰ্তমান তথা ২০১৮বৰ্ষলৈ এই দম্পত্তী হালে অতি সুন্দৰ ভাৱে বৈবাহিক জীৱন পাৰ কৰিলে । তিনিটাকৈ সন্তানৰ পিতৃ-মাত হোৱা শ্বাহৰুখ আৰু গৌৰীৰ বৈবাহিক জীৱনৰ কেইখন মান সুন্দৰ ফটো তলত প্ৰকাশ কৰা হ'ল ।