মনোৰঞ্জন

"সত্যমেৱ জয়তে" ছবি খনৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন

Sentinel Digital Desk

জন আব্ৰাহামৰ বাবে এই বৰ্ষটো অতি ভাল,কাৰন তেওঁৰ অলপ দিন আগতে মুক্তি পোৱা পৰমানু ছবি খনেও মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে।'সত্যমেৱ জয়তে" ছবি খন মুক্তি পোৱাৰ প্ৰথম দিনাই ২০.৫২কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হয়।আশা কৰা হৈছে ছবি খনে যেন আৰু আগলৈ আগাঢ়ি যায়।

"সত্যমেৱ জয়তে" ছবি খন সচাঁই এখন আশ্চৰ্য্যকৰ ছবি।ছবি খনৰ সন্দৰ্ভত অভিনেতা জন আব্ৰাহামে মত প্ৰকাশ কৰা অনুসৰি,' “As an actor-producer, I really want to change our Indian cinema so that people gain that faith to invest time and money on a Friday to go to the theatre to watch a film produced by (my banner) JA Entertainment.”