মনোৰঞ্জন

হাস্যৰসাত্মক ছবি 'য়মলা পাগলা দিৱানা ফিৰ চে'ৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন

Sentinel Digital Desk

নিৰ্দেশক নভনিয়াত সিংৰ হাস্যৰসাত্মক কেইবাটা চৰিত্ৰৰ ছবি য়মলা পাগলা দিৱানা ফিৰ চে মুক্তি পালে।ছবি খনত অভিনয় কৰিছে,চানি দেউল,ববি দেউল আৰু ধৰ্মেন্দ্ৰই।যোৱাকালি মুক্তি পোৱা ছবি খনে ইতিমধ্যে মানুহৰ মনত সাঁজ বহুৱাবলৈ সক্ষম হৈছে।মুক্তি পোৱাৰ প্ৰথম দিনাই ৪.২৫কোটি টকা বুটলিবলৈ সক্ষম হয়।

য়মলা পাগলা দিৱানা ফিৰ চে ছবি খনে এটা সময়তে মুক্তি পোৱা গ্লড,সত্যমেৱ জয়তে আৰু হেপ্পী ফিৰ চে ভাগ জায়েগী ছবি কেইখনৰ সৈতে একেলগতে এক প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে।