মনোৰঞ্জন

"হেপ্পী ফিৰ ভাগ জায়েগী" প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন

Sentinel Digital Desk

নিৰ্দেশক মুদ্দাচৰ আলী অভিনীত সোনাক্ষী সিনহাৰ ছবি "হেপ্পী ফিৰ ভাগ জায়েগী" ছবি খনে মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত ব্যাপক হাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। কলাৰ য়েল্ল প্ৰডাক্টচন আৰু ইৰচ নাৱৰ প্ৰডিউচ কৰা ছবি খনত সোনাক্ষী সিনহাৰ লগতে ডায়না পেণ্টী,জিমি শ্ৰেয়ৰগিল আৰু পিয়ূচ মিশ্ৰাক দেখা পোৱা গৈছে।ছবি খনক সকলোৱে অতি সাদৰৰে আদৰি লোৱাৰ লগতে বহু প্ৰশসংনীয় বুটলিবলৈ সক্ষম হৈছে।

ছবি খনৰ মুক্তিৰ দিনাই ২.৭০কোটি টকা বুটলাৰ লগতে পিছলৈ প্ৰায় ২.৩২কোটি টকা অৰ্জন কৰে।