মনোৰঞ্জন

হেপ্পী বাৰ্থ ডে' চানা চায়েড

Sentinel Digital Desk

জনপ্ৰিয় ছবি 'কুছ কুছ হোতা হে'ৰ সৰু মৰম লগা অঞ্জলি তথা 'ষ্টুডেণ্ট অৱ দা ইয়েৰ'ৰ অভিনেত্ৰী চানা চায়েডৰ আজি ৩০সংখ্যক জন্মদিন। সৰু কালৰ পৰা অভিনয় জগত খনৰ লগত জড়িত চানাই আলিয়া ভট্ট,বৰুন ধাৱান আৰু সিদ্ধাৰ্থ মলহোত্ৰাৰ সৈতে অভিনয় কৰি নিজ প্ৰতিভা দেখুওৱাবলৈ সক্ষম হৈছে।তলত চানাৰ কেইখন মান সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল……………