মনোৰঞ্জন

ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ ছবি "স্ত্ৰী" বক্স অফিচ কালেক্টচন

Sentinel Digital Desk

নিৰ্দেশক অমৰ কৌশিকৰ "স্ত্ৰী" ছবি খনে সপ্তাহটোত বহু খিনি ক্ৰয় কৰাৰ লগতে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে।ভূতৰ আৰু হাস্যত্মক ছবি খনে দৰ্শকক ছবিগৃহলৈ আকৰ্ষন কৰিবলৈ সক্ষম। ছবি খনে যোৱা কালিলৈ ৩.২২কোটি আৰু বৰ্তমান মুঠ ৮৮.৮২কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু আশা কৰা হৈছে এই চলিত তৃতীয় সপ্তাহটোৰ ভিতৰত ১০০কোটি অৰ্জন কৰিবলৈ সক্ষম হ'ব।

২০কোটি বাজেটৰ ছবি খনৰ কাহীনিভাগ লিখিছে ৰাজ নিদিমৰু আৰু কৃষ্ণা ডিকে যি দুগৰাকীয়ে গ' গোৱা গন,হেপ্পী এনডিং আৰু শ্বৌৰ ইন দ্যা চিটী আদি ছবিৰ কাহীনি ভাগ লিখিছে।ছবি জৰিয়তে ৰাজকুমাৰ ৰাওে সৰ্বাধিক আয় অৰ্জন কৰিবলৈ সক্ষম হৈছে।