মনোৰঞ্জন

"ৱেডিং জংছন ফেশ্বন" শ্ব'ত মালাইকা আৰোৰা,জেকলিন আৰু চোনল চৌহান,ফটো

Sentinel Digital Desk

মালাইকা আৰোৰা খানে ৰেম্পত খোজ দিলে "ৱেডিং জংছন ফেশ্বন"শ্বত আধুনিক ষ্টাইলৰ কইনাৰ সাজত । গ্ৰে ৰঙৰ লেহেংগাত কমলা ৰঙৰ ডিটেলিংৰ কাম কৰা অতি সুন্দৰ লেহেংগা পৰিধান কৰিলে মালাইকাই । কমলা ৰঙৰ টিউব ব্লাউচ আৰু নিউড মেক-আপে অতি সুন্দৰ দেখাইছে ।

https://www.instagram.com/p/BpcBKI_B0vE/?hl=en&taken-by=malaikaarorakhanofficial

আনহাতে,জেকলিনে পৰিধান কৰিছে গুলপীয়া ৰঙৰ লেহেংগা আৰু একে ৰঙৰ ব্লাউচ আৰু চোনলে পিন্ধিছে চিলভাৰ ৰঙৰ গাউনে সৈতে চাবতেল মেকআপ আৰু ডাঠ ৰঙৰ লিপষ্টিক ।তলত ফটো প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/BpcAgLZne7T/?hl=en&taken-by=sonalchauhan

https://www.instagram.com/p/BpeR4PjHPK-/?hl=en&taken-by=sonalchauhan

https://www.instagram.com/p/BpdzebBncAJ/?hl=en&taken-by=sonalchauhan