শীৰ্ষ বাতৰি

আৰু ১০ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭১৪লৈ বৃদ্ধি

Sentinel Digital Desk

আৰু ১০ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭১৪লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে ৷ আজি পিছবেলা নতুনকৈ আৰু ১০ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত সম্প্ৰতি ৭১৪ জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই ১০ আক্ৰান্তৰ ৯ জন চৰাইদেউ আৰু এজন শিৱসাগৰৰ৷ সম্প্ৰতি ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ ৬৪৫ টা সক্ৰিয় ঘটনা আছে।