শীৰ্ষ বাতৰি

অসমত আৰু এজন ক'ৱিড১৯ আক্ৰান্ত চিনাক্ত : ৰাজ্যত পজিটিভৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি

ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি পাইছে।

Sentinel Digital Desk

অসমত আৰু এজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হ'ল। এই ব্যক্তিজন গোৱালপাৰা জিলাৰ। আজি সন্ধিয়া তেওঁৰ শৰীৰত ক'ৱিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় টুইটাৰত কয়,'গোৱালপাৰাত আৰু এজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। যিহেতু লোকজন কন্টেনমেন্ট জ'নত পোৱা গৈছে, সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই।'