শীৰ্ষ বাতৰি

এনিমেছন অৱতাৰত দেখিবলৈ পোৱা যাব ছলমান খানৰ চুলবুল পাণ্ডেক

Sentinel Digital Desk

এনিমেছন অৱতাৰত দেখিবলৈ পোৱা যাব ছলমান খানৰ চুলবুল পাণ্ডেক

বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ অন্যতম ছবি ''দাবাং'' ৰ মুকলি হ'ব এনিমেশ্যন ছিৰিজ । এই ছিৰিজটোত ছুপাৰষ্টাৰ ছলমানৰ চুলবুল পাণ্ডেৰ জীৱন কাহিনী দেখুওৱা হ'ব । লগতে ছবি খনৰ আন বহু জনপ্ৰিয় চৰিত্ৰ ছেদ্দী সিং ( চনু চুদৰ অভিনীত ) ৰজ্জো ( সোনাক্ষী সিহ্না ) প্ৰজাপতি ( বিনোধশদ খান্না) আদিও দেখুওৱা হ'ব ।

ছলমান খানৰ দাবাং এখন‌ অতি জনপ্ৰিয় ছবি । এই ছবিখনৰ এনিমেছন ৰূপে এনিমেছন দৰ্শকৰ‌ মাজত আনিছে সুখৰ বতৰা ।

উক্ত ছবি পাৰিবাৰিক কাহিনীৰ মনোৰঞ্জন ধৰ্মী ছবি ।

এনিমেছন ষ্টুডিঅ' কছমছে ছবি ছিৰিজ খন পৰিচালনা কৰিব ।