শীৰ্ষ বাতৰি

জম্মু কাশ্মীৰৰ গাঁৱৰ ভূমিত বৃহৎ ফাট:পৰিয়াল, ঘৰ, মছজিদ খালী

ডোডা জিলাত ফাট মেলা ভূ- পৃষ্ঠৰ প্ৰায় ২১টা গঠনত এই ফাটবোৰ বিকশিত হৈছে।

Sentinel Digital Desk

শ্ৰীনগৰ : যোছিমাথৰ পিছত জম্মু-কাশ্মীৰৰ আন এটা অঞ্চলত ভূ পৃষ্ঠত ফাট মেলিছে। বিভিন্ন আন্তঃগাঁথনিত হোৱা বৃহৎ ফাট মেলাৰ ফলত ১৯টা পৰিয়ালক আন ঠাইলৈ বদলি কৰা হয়।ডোডা জিলাত ডুব যোৱা পৃষ্ঠৰ বাবে প্ৰায় ২১টা গঠনত এই ফাটবোৰ বিকশিত হৈছে। শুকুৰবাৰে ৩ ফেব্ৰুৱাৰীত এই ঘটনা হৈছিল। চেনাব নদীৰ ঢালত অৱস্থিত ডোডা , ইয়াত প্ৰায় ৫০ টা ঘৰ আছে।