৬৬ সংখ্যাক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা আজি ঘোষণা কৰা হয়। পূৰ্বতকৈ এইবাৰ পলমকৈ ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ।
ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত " উৰি " ছবি খনে লাভ কৰে ৪ টাকৈ সন্মান । শ্ৰেষ্ঠ হিন্দী চলচিত্ৰ সন্মান লাভ কৰে "আন্ধাধুনে" । অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে । শ্ৰেষ্ঠ ন'ন ফিচাৰ ছবি বিভা বাক্সীৰ Son Rise আৰু অজয় আৰু বিজয় বেদীৰ " The Secret Life of Frogs" । শ্ৰেষ্ঠ শৈক্ষিক ছবি Sarala virala" ।
শ্ৰেষ্ঠ পৰিচালক - Uri: The Surgical Strike ৰ পৰিচালক আদিত্য ধাৰলৈ ।
শ্ৰেষ্ঠ ফিছাৰ্চ ছবি: অভিষেক শ্বাহৰ Hellaro ।
শ্ৰেষ্ঠ অভিনেতা- Andhadhun ৰ অভিনেতা আয়োচমান খুৰানালৈ আৰু Uri: The Surgical Strike ৰ অভিনেতা বিকি কৌশাল ।
শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে কৃৰ্থি সুৰেশ । Mahanati ত কৰা অভিনয়ৰ বাবে এই সন্মান লাভ কৰে ।
শ্ৰেষ্ঠ সহকাৰী অভিনেতা - Chumbhak ৰ স্বানান্দ কিৰকিৰীলৈ ।
শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰী - Badhaai ho ত কৰা অভিনয়ৰ বাবে সুৰেশ চিক্ৰীলৈ ।
শ্ৰেষ্ঠ একচনধৰ্মী ছবি :KGF chapter 1 ।
শ্ৰেষ্ঠ কৰিয়গ্ৰাফী: পদ্মাবত ।
শ্ৰেষ্ঠ চিনেমাটগ্ৰাফী- মালায়ালম ছবি উলোৰ এম জি ৰামকৃষ্ণনলৈ ।
শ্ৰেষ্ঠ জনপ্ৰিয় ছবি: Badhaai ho ।
পৰিবেশধৰ্মী শ্ৰেষ্ঠ ছবি: পানী ।
সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি : পেডমেন ।
শ্ৰেষ্ঠ শিশু শিল্পী: পি ভি ৰহিত, সমীপ সিঙ, তালহা আৰ্চাদ ৰিচি, শ্ৰী নিভাষ পকলে ।
শ্ৰেষ্ঠ শিশু চলচিত্ৰ : Sarkari area prathamika shaale kasaragod ।
অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে ।
সংগীতৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কথা(lyrics) : Nathichirami (কানাডা ভাষা) ।
শ্ৰেষ্ঠ সংগীত পৰিচালনা : সঞ্জয় লীলা ভাঞ্চালী । পদ্মাবতৰ বাবে ।
শ্ৰেষ্ঠ সংগীত : উৰি ছবিৰ বাবে ।
শ্ৰেষ্ঠ মহিলা নেপথ্য কন্ঠশিল্পীৰ সন্মান বিন্দুলৈ ।
শ্ৰেষ্ঠ পুৰুষ নেপথ্য কন্ঠশিল্পীৰ সন্মান অৰ্জিত সিঙলৈ ।
শ্ৰেষ্ঠ কষ্টিউম- মাহানতিলৈ ।
ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে । মেলব’ৰ্ন ছবি মহোৎসৱত ৰীমা দাসৰ দ্বাৰা নিৰ্মিত ‘বুলবুল কেন ছিং’ ছবিখনে বৃহস্পতি বাৰে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰে । অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত চলি থকা মেলব’ৰ্ণ ছবি মেলব’ৰ্ণ ছবি মহোৎসৱত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
ভিডিঅ প্ৰতক্ষ্য কৰক: Nalbari unit of AAMSU stages 2-hour sit-in in front of DC office | The Sentinel News | Assam News