ছেবাৰ হাইস্কুল শিক্ষান্তঃ মুঠ ৬৪.৮০ শতাংশ উত্তীৰ্ণ, ছাত্ৰৰ আধিপত্য
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফলৰ ক্ষেত্ৰত ছাত্ৰই আধিপত্য বিস্তাৰ কৰিলে।আজি পুৱা ৯ বজাত ফলাফল ঘোষিত হয়। ছেবাই কৰা ঘোষণা অনুসৰি মুঠ ৬৪.৮০ শতাংশ উত্তীৰ্ণ হয়। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৬.৯৩ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১শতাংশ। সৰ্ব মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪২ হাজাৰ ২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
ইয়াৰে ২লাখ ২১ হাজাৰ ৭৫৬ জন উত্তীৰ্ণ ৷